Página de información, Redireccionando al campeonato en #
ACCESAR CAMPEONATO
*** খেলৰ নিয়মাৱলী ***
1. Power Not Allowed 🚫
2. কোনো টিমে যদি Power ৰ ব্যৱহাৰ কৰে, আৰু সত্য বুলি প্ৰমাণিত হয়, তেন্তে সেই টিমটোক খেলখনৰ পৰা বহিষ্কাৰ কৰি দিয়া হ'ব। আৰু লগে লগে oposite টিমক পইন্ট দি দিয়া হ'ব।
3. টুৰ্ণামেণ্ট খনত 8 টাকৈ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। চূড়ান্ত পুৰস্কাৰ সমুহ
1st prize 700.00 টকা
2nd prize 600.00 টকা
3rd prize 500.00 টকা
4th prize 400.00 টকা আৰু
knockout ত বাদ পৰা সকলৰ বাবে আৰু এবাৰ বেলেগ কৈ খেলা সুযোগ দিয়া হ'ব। তলত দিয়া পুৰস্কাৰ সমূহ ৰখা হৈছে।
1st prize 200.00
2nd prize 200.00
3rd prize 200.00
4th prize 200.00
4.খেলবোৰ 2 টা গ্ৰুপত (AআৰুB) খেলোৱা হ'ব।1st stage ত 14 টা round ত প্ৰতিটো টিমে 14 খনকৈ খেল খেলিব লাগিব। 2nd stage ত 13 খন খেলিব লাগিব। points ৰ ওপৰত ভিত্তি কৰিহে 28 টা টিমৰ পৰা 16 টা টিম knockout stage ত লোৱা হ'ব। Group A ৰ পৰা 8 টা টিম আৰু Group B ৰ পৰা 8 টা টিম knockout ত লোৱা হৱ।
5. খেল সমুহ ৰাতি পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ খেলা হ'ব।
6. দুয়োটা টিমৰ এবাৰকৈ Dise Ruling হোৱাৰ পিছত যিকোনো কাৰনত খেলৰ পৰা ওলাই গ'লে পুনৰাই খেলখন খেলা নহব।
7. খেলত বিজয় হোৱা জনে Winner Screenshot দিব লাগিব অন্যথা সেই খেলৰ পইন্ট নাপাব আৰু সেই খেল পুনৰ খেলিব দিয়াও নহব।
8. 1st হোৱা বোৰে 6 points পাব আৰু 2nd হোৱা বোৰে 2 points পাব । মুঠ pointৰ ওপৰত ভিত্তি কৰি নক আউট ৰাউণ্ডৰ টিম ঘোষণা কৰা হব
9. খেলৰ নিদ্ধাৰিত সময় সীমাৰ ভিতৰত মিলাই খেলিব লাগিব। দিনটো কি কৰে কৰি থাকিব কিন্তু 6 বজাৰ পৰা 7 বজালৈ যিটো টিম উপস্থিত থাকিব থাকে points দিয়া হৱ।যোগাযোগত কিবা অসুবিধা হলে Admin ৰ লগত যোগাযোগ কৰিব।
10. খেল আৰম্ভ হোৱাৰ লগে লগে যদি কিবা কাৰণত ওলাই পৰে (Dise Roling হোৱাৰ আগত) তেন্তে ২ মিঃ ভিতৰত গ্ৰুপত জনাব লাগিব আৰু পুনৰ লিংক দি খেলিব লাগিব।
11. যদি কোনো টিমৰ বিশেষ প্ৰয়োজন হয় 1 st stage ত admin লৱ পাৰিব। আৰু যদি ভাৱে অকলে খেলিব পাৰে।বিশেষ কাৰণ বশত খেলৰ সময় সালসলনি হ'ব পাৰে।
12. যদি দুয়োটা টীমৰ খেলৰ সময়ত কিবা সমস্যা হয়, তেন্তে এডমিন পেনেলে একেলগে আলোচনাৰ পাছত খেলৰ ফলাফল নিৰ্ধাৰণ কৰিব।
13. এডমিন পেনেলে যি সিদ্ধান্ত ল’ব, সেইটো হ’ব চূড়ান্ত সিদ্ধান্ত।
14. এডমিন পেনেলে যিকোনো নিয়ম সলনি কৰিব পাৰিব, তাত কোনো টিমৰ আপত্তি নচলিব। (অবশ্যই যি সকলোৰ বাবে ভাল হ'ব, সেই সিদ্ধান্ত ল'ব এডমিন পেনেলে।)
15. অন্ততঃ প্ৰতিটো টিমে টুৰ্ণামেণ্টৰ সৌন্দৰ্য্য ৰক্ষা কৰিবলৈ প্ৰতিটো নিয়ম মানি চলিব লাগে।
আৰু সকলোৰে সৈতে সন্মান আৰু মৰমেৰে কথা-বতৰা চলাব লাগিব।
16.*নিয়মৰ বাহিৰৰ কোনো ধৰণৰ আপত্তি বা অনুৰোধ গ্ৰহণযোগ্য নহব। সৰু সুৰা কথালৈ যাতে কোনেও কাজিয়া নলগাই মনত ৰাখিব । খেলত কিবা কিবি হৱ পাৰে ধৈৰ্য্য ৰাখিব।পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।
@@@@@ধন্যবাদ @@@@@
700.00
600.00
500.00
4th 400.00
other 4 award
1st 200.00
2nd 200.00
3rd 200.00
4th 200.00